{
	"@metadata": {
		"authors": [
			"Bishnu Saikia",
			"Chaipau",
			"Dibya Dutta",
			"Envlh",
			"Gitartha.bordoloi",
			"Nilamdyuti",
			"Simbu123"
		]
	},
	"uploadwizard": "আপল'ড প্ৰক্ৰিয়া",
	"uploadwizard-desc": "আপল'ড প্ৰক্ৰিয়া, মাল্টিমিডিয়া আপল'ড কৰিবৰ বাবে এক সৰল সঁজুলি",
	"tag-uploadwizard": "আপল'ড প্ৰক্ৰিয়া",
	"tag-uploadwizard-description": "আপল'ড প্ৰক্ৰিয়াৰ দ্বাৰা কৰা আপল'ড",
	"tag-uploadwizard-flickr": "ফ্লিকাৰ",
	"tag-uploadwizard-flickr-description": "আপল'ড প্ৰক্ৰিয়াৰ দ্বাৰা কৰা ফ্লিকাৰ আপল'ড",
	"right-mass-upload": "আপল'ড প্ৰক্ৰিয়াৰ দ্বাৰা এবাৰতে একাধিক ফাইল আপল'ড কৰক",
	"action-mass-upload": "আপল'ড প্ৰক্ৰিয়াৰ দ্বাৰা এবাৰতে একাধিক ফাইল আপল'ড",
	"right-upwizcampaigns": "আপল'ড প্ৰক্ৰিয়া প্ৰচাৰ কন্‌ফিগাৰ কৰক",
	"action-upwizcampaigns": "আপল'ড প্ৰচাৰ কন্‌ফিগাৰ",
	"group-upwizcampeditors": "আপল'ড প্ৰক্ৰিয়া প্ৰচাৰ সম্পাদক",
	"group-upwizcampeditors-member": "{{GENDER:$1|আপল'ড প্ৰক্ৰিয়া প্ৰচাৰ সম্পাদক}}",
	"grouppage-upwizcampeditors": "{{ns:project}}:আপল'ড প্ৰক্ৰিয়া প্ৰচাৰ সম্পাদক",
	"api-error-parsererror": "চাৰ্ভাৰে এটা অবৈধ JSON নথিৰে সঁহাৰি দিছে। এয়া এপিআইৰ এটা সমস্যা হ'ব পাৰে, বা আপুনি এটা প্ৰক্সি চাৰ্ভাৰ ব্যৱহাৰ কৰিব পাৰে যি আপোনাক ফাইল আপল'ড কৰাত বাধা দিয়ে।",
	"api-error-aborted": "আপল'ড বাতিল কৰা হৈছে।",
	"api-error-noimageinfo": "আপল'ড সফল হৈছে, কিন্তু চাৰ্ভাৰে আমাক ফাইলটোৰ সম্পৰ্কে কোনো তথ্য প্ৰদান কৰা নকৰিলে।",
	"mwe-upwiz-unavailable": "আপোনাৰ ব্ৰাউজাৰ আপল'ড প্ৰক্ৰিয়াৰ বাবে সুসঙ্গত নহয় বা জাভাস্ক্ৰিপ্ট অক্ষম হৈ আছে, সেয়েহে আমি আপোনাক এটা সৰল আপল'ড প্ৰ-পত্ৰ দেখুৱাছোঁ।  ([https://www.mediawiki.org/wiki/Special:MyLanguage/UploadWizard#Compatibility সামঞ্জস্য প্ৰয়োজনীয়তা দেখুৱাওক]।)",
	"mwe-upwiz-extension-disabled": "অস্থায়ী কাৰিকৰী সমস্যাৰ বাবে এই পৃষ্ঠাটো নিষ্ক্ৰিয় হৈ আছে। এই সময়ছোৱাত সাধাৰণ আপল'ড প্ৰ-পত্ৰখন ব্যৱহাৰ কৰক।",
	"mwe-upwiz-step-tutorial": "শিকক",
	"mwe-upwiz-step-file": "আপল'ড",
	"mwe-upwiz-step-deeds": "প্ৰকাশৰ অধিকাৰ",
	"mwe-upwiz-step-details": "বিৱৰণ",
	"mwe-upwiz-step-metadata": "তথ্য যোগ",
	"mwe-upwiz-step-thanks": "ব্যৱহাৰ",
	"mwe-upwiz-campaign-name-duplicate": "এই নামৰ সৈতে এটা প্ৰচাৰ অভিযান ইতিমধ্যে আছেই।",
	"mwe-upwiz-campaign-unknown-error": "এক অজ্ঞাত সমস্যাই দেখা দিছে।",
	"mwe-upwiz-api-warning-exists": "এই ৱিকিত একে নামেৰে ইতিমধ্যে [$1 অন্য এটা ফাইল] আছেই",
	"mwe-upwiz-api-warning-was-deleted": "\"$1\" নামৰ এটা ফাইল আছিল, কিন্তু সেইটো বিলোপ কৰা হৈছে আৰু তাক আপুনি পুনৰ আপল'ড কৰিব নোৱাৰে। যদি আপোনাৰ ফাইলটো ভিন্ন, তাক আন এটা নাম দি আপল'ড কৰক।",
	"mwe-upwiz-tutorial-error-localized-file-missing": "ক্ষমা কৰিব, আমি আপোনাৰ ভাষাত সহায়িকা বিচাৰি নাপালোঁ। তাৰ পৰিৱৰ্তে $1 ভাষাৰ সহায়িকা দিয়া হৈছে।",
	"mwe-upwiz-tutorial-error-file-missing": "ক্ষমা কৰিব, আমি ইয়াত প্ৰদৰ্শিত হ'বলগীয়া সহায়িকাৰ বাবে কোনো ফাইল বিচাৰি নাপালোঁ। অনুগ্ৰহ কৰি চিষ্টেম প্ৰশাসকৰ লগত যোগাযোগ কৰক।",
	"mwe-upwiz-tutorial-error-cannot-transform": "ক্ষমা কৰিব, আমি এই স্ক্ৰীণৰ জোখাৰে সহায়িকাৰ ছবি গোটাব নোৱাৰিলোঁ। এইটো ৱিকিমিডিয়া কমন্সৰ সাময়িক সমস্যা হ'ব পাৰে; খন্তেক পাছত পুনৰ চেষ্টা কৰক।",
	"mwe-upwiz-help-desk": "সাহায্য কেন্দ্র",
	"mwe-upwiz-help-desk-url": "{{ns:project}}:সাহায্য কেন্দ্র",
	"mwe-upwiz-add-file-n": "অধিক ফাইল যোগ দিয়ক",
	"mwe-upwiz-add-file-0-free": "আপল'ড কৰিবলৈ মিডিয়া ফাইল বাছনি কৰক",
	"mwe-upwiz-add-file-flickr": "ফ্লিকাৰৰ পৰা চিত্ৰ আপল'ড কৰক",
	"mwe-upwiz-add-file-flickr-n": "ফ্লিকাৰৰ পৰা অধিক চিত্ৰ যোগ কৰক",
	"mwe-upwiz-add-flickr-or": "অথবা",
	"mwe-upwiz-add-flickr": "ফ্লিকাৰৰ পৰা লওক",
	"mwe-upwiz-flickr-input-placeholder": "ফ্লিকাৰ ইউ আৰ এল",
	"mwe-upwiz-select-flickr": "নিৰ্বাচিত চিত্ৰসমূহ আপল'ড কৰক",
	"mwe-upwiz-flickr-disclaimer1": "এই প্ৰ-পত্ৰখনে flickr.com দ্বাৰা হষ্ট কৰা সমল ল'ড কৰিব আৰু ই\nফ্লিকাৰৰ [https://www.flickr.com/help/terms/ ব্যৱহাৰৰ চৰ্তাৱলী] আৰু [https://www.flickr.com/help/privacy-policy/ গোপনীয়তা নীতি] মানি চলিব।",
	"mwe-upwiz-flickr-disclaimer2": "অনুগ্ৰহ কৰি মন কৰিব যে এই সঁজুলি ব্যৱহাৰ কৰিলে আপোনাৰ আইপি ঠিকনা আৰু অনুৰোধৰ বিৱৰণ ফ্লিকাৰৰ বাবে উপলব্ধ হ'ব।",
	"mwe-upwiz-error-no-image-retrieved": "আমি ফাইলটো $1ৰ পৰা আহৰণ কৰিব নোৱাৰিলোঁ।",
	"mwe-upwiz-multi-file-select2": "আপুনি আপল'ড কৰিব বিচৰা ফাইলবোৰ বাছনি কৰক। Shift key-টো ধৰি ৰাখক আৰু একেবাৰতে একাধিক ফাইল বাছনি কৰিবলৈ ক্লিক কৰক। আপুনি আপল'ড কৰিবলৈ $1টা লৈকে {{PLURAL:$1|ফাইল}} বাছনি কৰিব পাৰে।",
	"mwe-upwiz-transport-started": "আৰম্ভ হৈছে…",
	"mwe-upwiz-uploading": "আপল'ড হৈ আছে…",
	"mwe-upwiz-queued": "অপে‌ক্ষাৰত…",
	"mwe-upwiz-assembling": "একত্ৰিত কৰা হৈছে…",
	"mwe-upwiz-publish": "প্ৰকাশ কৰি থকা হৈছে…",
	"mwe-upwiz-transported": "আপল'ড সম্পন্ন কৰা হৈছে…",
	"mwe-upwiz-stashed-upload": "আপল'ড কৰা হ'ল",
	"mwe-upwiz-getting-metadata": "ফাইলৰ তথ্য আৰু প্ৰাক্‌দৰ্শন প্ৰাপ্ত কৰা হৈছে…",
	"mwe-upwiz-submitting-details": "বিৱৰণ জমা কৰা হৈছে…",
	"mwe-upwiz-submitting-captions": "{{PLURAL:$1|কেপশ্বন|কেপশ্বনসমূহ}} জমা কৰা হৈছে…",
	"mwe-upwiz-published": "প্ৰকাশ কৰা হ'ল!",
	"mwe-upwiz-failed": "ব্যৰ্থ হ'ল।",
	"mwe-upwiz-remove": "আঁতৰাওক",
	"mwe-upwiz-override": "যিকোনো প্ৰকাৰে আপল'ড কৰক",
	"mwe-upwiz-override-upload": "যিকোনো ধৰণে এই ফাইলটো আপল'ড কৰক।",
	"mwe-upwiz-remove-upload": "আপল'ড কৰিবলগীয়া ফাইলৰ তালিকাৰ পৰা এই ফাইলটো আঁতৰাওক",
	"mwe-upwiz-remove-caption": "এই কেপশ্বনটো আঁতৰাওক",
	"mwe-upwiz-remove-description": "এই বিৱৰণটো আঁতৰাওক",
	"mwe-upwiz-upload": "আপল'ড",
	"mwe-upwiz-file-all-ok": "সকলো আপল'ড সফলভাৱে সম্পন্ন হৈছে!",
	"mwe-upwiz-file-some-failed": "কিছু আপল'ড বিফল হৈছে।",
	"mwe-upwiz-file-retry": "বিফল হোৱা আপল'ডসমূহ পুনৰ চেষ্টা কৰক",
	"mwe-upwiz-next-file-despite-failures": "যিকোনো প্ৰকাৰে অব্যাহত ৰাখক",
	"mwe-upwiz-skip-tutorial-future": "ভৱিষ্যতলৈ এই ধাপ উপেক্ষা কৰক",
	"mwe-upwiz-file-all-failed": "কোনো আপল'ড সফল নহ'ল।",
	"mwe-upwiz-upload-count": "মুঠ $2ৰ ভিতৰত $1টা {{PLURAL:$2|ফাইল}} আপল'ড হ'ল",
	"mwe-upwiz-progressbar-uploading": "আপল'ড হৈ আছে",
	"mwe-upwiz-almost-finished": "ফাইলসমূহ প্ৰক্ৰিয়াকৰণ হৈ আছে…",
	"mwe-upwiz-finished": "সম্পন্ন!",
	"mwe-upwiz-deeds-macro-prompt": "এই ছাইটত {{GENDER:$2|আপুনি}} {{PLURAL:$1|এই কৰ্মৰ|এই কৰ্মসমূহৰ}} বাবে কপিৰাইট তথ্য দিব লাগিব যাতে নিশ্চিতভাৱে সকলোৱে {{PLURAL:$1|এইটো|এইবোৰ}} আইনীভাৱে পুনৰ ব্যৱহাৰ কৰিব পাৰে।",
	"mwe-upwiz-source-ownwork": "{{PLURAL:$1|এই ফাইলটো|এই ফাইলসমূহ}} মোৰ নিজা কাম।",
	"mwe-upwiz-source-ownwork-assert-any-license": "ম‍ই, $2, {{PLURAL:$1|এই কৰ্ম|এই কৰ্মসমূহৰ}} {{GENDER:$4|স্বতাধিকাৰীয়ে}}, ইয়াৰদ্বাৰাই যিকোনো লোককে {{PLURAL:$1|এয়া|এইসমূহ}} ব্যৱহাৰ, সম্পাদন আৰু {{PLURAL:$1|এই কৰ্ম|এই কৰ্মসমূহৰ}} পুনৰ বিতৰণ যিকোনো উদ্দেশ্যে কৰাৰ বাবে নিম্নোক্ত চৰ্তসাপেক্ষে মুকলি কৰি দিছো:",
	"mwe-upwiz-source-ownwork-assert": "মই, $2, {{PLURAL:$1|এই কৰ্ম|এই কৰ্মসমূহ}}ৰ {{GENDER:$4|স্বত্বাধিকাৰীয়ে}} যিকোনো ব্যক্তিক বিনাচৰ্তে {{PLURAL:$1|এই কৰ্মক|এই কৰ্মসমূহক}} যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছোঁ। মাত্ৰ তেওঁলোকে মোৰ নাম উল্লেখ কৰিব লাগিব আৰু ইয়াৰ পৰা উদ্ভূত কৰ্মসমূহো একে চৰ্তত প্ৰকাশ কৰিব লাগিব।",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-at": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Austria অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-at-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-de": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Germany অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-de-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-ee": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Estonia অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-ee-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-es": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Spain অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-es-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-hr": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Croatia অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-hr-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-lu": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Luxembourg অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-lu-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-nl": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Netherlands অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-nl-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-no": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Norway অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-no-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-pl": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Poland অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-pl-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে আৰু এই অনুজ্ঞাৰ অন্তৰ্গত যিকোনো প্ৰাপ্ত কামক অংশীদাৰী কৰে।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-sa-3.0-ro": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 Romania অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-sa-3.0-ro-explain": "({{PLURAL:$1|এই কামটোক|এই কামসমূহক}} যিকোনো লোকেই ব্যৱহাৰ, বিতৰণ আৰু সংমিশ্ৰন কৰিব পাৰে, যেতিয়ালৈকে তেওঁলোকে মোৰ অৱদানৰ স্বীকৃতি দিব আৰু এই অনুজ্ঞাপত্ৰৰ অধীনতেই ফলপ্ৰসু কামত বিতৰণ কৰিব।)",
	"mwe-upwiz-source-ownwork-assert-cc-by-3.0": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, Creative Commons Attribution ShareAlike 3.0 অনুজ্ঞা ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-by-3.0-explain": "(যিকোনো ব্যক্তিয়ে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব, যেতিয়ালৈকে তেওঁলোকে মোক কৃতিত্ব দিয়ে।)",
	"mwe-upwiz-source-ownwork-assert-cc-zero": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} {{GENDER:$4|স্বত্বাধিকাৰী}}, Creative Commons Zero Public Domain Dedication ([$3 আইনসন্মত ক'ডৰ]) অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো।",
	"mwe-upwiz-source-ownwork-cc-zero-explain": "(যিকোনো ব্যক্তিয়ে, কোনো প্ৰতিষেধ নথকাকৈ, {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ, অংশীদাৰী অথবা পুনৰ মিহলি কৰিব পাৰিব।)",
	"mwe-upwiz-source-ownwork-assert-custom": "মই, $2, {{PLURAL:$1|এই কামৰ|এই কামসমূহৰ}} স্বত্বাধিকাৰী, নিম্নলিখিত অনুজ্ঞাৰ অন্তৰ্গত যিকোনো ব্যক্তিক অপৰিবৰ্তনীয়ভাৱে {{PLURAL:$1|এই কাম|এই কামসমূহ}} ব্যৱহাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিছো:",
	"mwe-upwiz-source-ownwork-assert-note": "ম‍ই, এই কামটোৰ স্বতাধিকাৰীজনে {{PLURAL:$2|এই কাম|এই কামবোৰক}}, $1 অনুজ্ঞাপত্ৰৰ অধীনত {{PLURAL:$2|এই কাম|এই কামবোৰক}} প্ৰকাশ কৰিছো।",
	"mwe-upwiz-source-permission": "এই কামবোৰৰ স্বত্তাধিকাৰীসকলে আপোনাক এইবোৰ আপল’ড কৰাৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে",
	"mwe-upwiz-source-thirdparty": "{{PLURAL:$1|এই ফাইলটো|এই ফাইলসমূহ}} মোৰ নিজা কাম নহয়।",
	"mwe-upwiz-source-thirdparty-intro": "অনুগ্ৰহ কৰি প্ৰত্যেকটো ফাইল আপুনি ক’ৰ পৰা পাইছে সেয়া উল্লেখ কৰক।",
	"mwe-upwiz-source-thirdparty-custom-multiple-intro": "যদি সকলো ফাইলৰ একেটা উৎস, লেখক, আৰু স্বত্বাধিকাৰ অৱস্থা থাকে, আপুনি সিহঁতক সকলোৰে বাবে কেৱল এবাৰ উল্লেখ কৰিলেই হ’ব।",
	"mwe-upwiz-source-thirdparty-cases": "এতিয়া আমাক কওক যে {{PLURAL:$1|এই কৰ্ম|এই কৰ্মসমূহ}} প্ৰকাশ কৰিবলৈ আপোনাৰ অধিকাৰ আছে বুলি আপুনি কেনেকৈ নিশ্চিত:",
	"mwe-upwiz-source-thirdparty-accept": "বাৰু",
	"mwe-upwiz-source-custom": "পৰৱৰ্তী পৃষ্ঠাত প্ৰতিটো ফাইলৰ কপিৰাইট তথ্য বেলেগ বেলেগকৈ প্ৰদান কৰক।",
	"mwe-upwiz-patent-dialog-title": "পেটেণ্ট অধিকাৰ",
	"mwe-upwiz-patent-dialog-title-filename": "$1-ৰ বাবে আইনী অধিকাৰ",
	"mwe-upwiz-patent-dialog-button-back": "উভতি যাওক",
	"mwe-upwiz-patent-dialog-button-next": "পৰৱৰ্তী",
	"mwe-upwiz-patent-dialog-title-warranty": "পেটেণ্টৰ বিষয়ে ৱাৰেণ্টি",
	"mwe-upwiz-patent-dialog-link-warranty": "অধিক শিকক",
	"mwe-upwiz-patent-dialog-title-license": "পেটেণ্ট অনুজ্ঞাপত্ৰ",
	"mwe-upwiz-patent-dialog-link-license": "অধিক শিকক",
	"mwe-upwiz-patent-dialog-checkbox-label": "মই এই চৰ্তাৱলীৰ সৈতে সন্মত",
	"mwe-upwiz-patent-weapon-policy-link": "বিস্তাৰিত নীতি পঢ়ক",
	"mwe-upwiz-more-options": "অৱস্থান আৰু অধিক তথ্য যোগ কৰক …",
	"mwe-upwiz-copy-statements-dialog-accept": "হয়, প্ৰতিলিপি কৰক",
	"mwe-upwiz-copy-statements-button": "সকলো ফাইলত বিবৃতি প্ৰতিলিপি কৰক …",
	"mwe-upwiz-copy-statements-button-done": "প্ৰতিলিপি কৰা হ'ল!",
	"mwe-upwiz-copy-metadata": "তথ্যসমূহ তলৰ সকলো আপল'ডলৈ প্ৰতিলিপি কৰক …",
	"mwe-upwiz-copy-metadata-button": "প্ৰতিলিপি",
	"mwe-upwiz-copy-metadata-button-undo": "পূৰ্ববত কৰক",
	"mwe-upwiz-copied-metadata": "প্ৰতিলিপি কৰা হ'ল!",
	"mwe-upwiz-copy-title": "শিৰোনাম প্ৰতিলিপি কৰক (স্বয়ংক্ৰিয় সংখ্যাৰ সৈতে)",
	"mwe-upwiz-copy-description": "বিৱৰণ প্ৰতিলিপি কৰক",
	"mwe-upwiz-copy-date": "অনুলিপিৰ তাৰিখ",
	"mwe-upwiz-copy-categories": "শ্ৰেণীসমূহ প্ৰতিলিপি কৰক",
	"mwe-upwiz-copy-location": "স্থান প্ৰতিলিপি কৰক",
	"mwe-upwiz-copy-other": "আন তথ্য প্ৰতিলিপি কৰক",
	"mwe-upwiz-desc": "বিৱৰণ",
	"mwe-upwiz-title": "চিত্ৰৰ শিৰোনাম",
	"mwe-upwiz-date-created": "তাৰিখ",
	"mwe-upwiz-select-date": "তাৰিখ নিৰ্বাচন কৰক",
	"mwe-upwiz-location": "অৱস্থান",
	"mwe-upwiz-location-button": "মানচিত্ৰত দেখুৱাওক",
	"mwe-upwiz-location-lat": "অক্ষাংশ",
	"mwe-upwiz-location-lon": "দ্ৰাঘিমাংশ",
	"mwe-upwiz-location-alt": "উচ্চতা",
	"mwe-upwiz-location-heading": "শিৰোনাম",
	"mwe-upwiz-copyright-info": "প্ৰকাশৰ অধিকাৰ",
	"mwe-upwiz-author": "লেখক (সমূহ)",
	"mwe-upwiz-autoconverted": "এই ফাইলটো স্বয়ংক্ৰিয় ভাবে $1 ফৰমেটলৈ ৰূপান্তৰিত হ’ব",
	"mwe-upwiz-other": "অন্যান্য তথ্য",
	"mwe-upwiz-source": "উৎস",
	"mwe-upwiz-thanks-intro": "আপলোডৰ বাবে ধন্যবাদ!",
	"mwe-upwiz-thanks-explain": "আপুনি এতিয়া {{PLURAL:$1|এই ফাইলটো|এই ফাইলসমূহ}} ৱিকিত ব্যৱহাৰ কৰিব পাৰিব, বা ৱেবত {{PLURAL:$1|তালৈ|সেইবোৰলৈ}} লিংক দিব পাৰিব।",
	"mwe-upwiz-thanks-wikitext": "এই ফাইলটো এটা ৱিকিত ব্যৱহাৰ কৰিবলৈ, এটা পৃষ্ঠাত এই পাঠখিনি প্ৰতিলিপি কৰক:",
	"mwe-upwiz-thanks-url": "HTMLত ইয়াক সংযোগ কৰিবলৈ, এই URL ঠিকনা প্ৰতিলিপি কৰক:",
	"mwe-upwiz-upload-error-bad-filename-extension": "\".$1\" এক্সটেনছনেৰে শেষ হোৱা ফাইলৰ নাম এই ৱিকিয়ে গ্ৰহণ নকৰে।",
	"mwe-upwiz-upload-error-bad-filename-no-extension": "এই ৱিকিত ফাইলৰ শেষত এটা এক্সটেনছন থকাটো বাঞ্চনীয়, যেনে- \".JPG\"।",
	"mwe-upwiz-upload-error-duplicate-filename-error": "আপুনি \"$1\"টো আপল’ড কৰি আছে",
	"mwe-upwiz-allowed-filename-extensions": "অনুমোদিত এক্সটেনশ্যনসমূহ:",
	"mwe-upwiz-upload-error-duplicate": "এই ফাইলটো আগেয়ে এই ৱিকিত আপলোড কৰা হৈছিল।",
	"mwe-upwiz-upload-error-duplicate-archive": "চিত্ৰখন আগেয়ে এই ৱিকিত আপ’ড কৰা হৈছিল, কিন্তু পাছত বিলোপ কৰা হ’ল",
	"mwe-upwiz-upload-error-stashed-anyway": "যিকোনো প্ৰকাৰে আপলোড কৰক?",
	"mwe-upwiz-deleted-duplicate-unknown-filename": "অজ্ঞাত ফাইল নাম",
	"mwe-upwiz-ok": "বাৰু",
	"mwe-upwiz-fileexists-replace-on-page": "এই নামৰ ফাইল এখন আছেই। এই ফাইল প্ৰতিস্থাপন কৰিবলৈ [$2 $1] ৰ পৃষ্ঠালৈ গৈ প্ৰতিস্থাপন কৰক।",
	"mwe-upwiz-fileexists-replace-no-link": "অনুগ্ৰহ কৰি এটা পৃথক নাম দিয়ক, কিয়নো এই নামটো ইতিমধ্যে আন এটা ফাইলৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছে।",
	"mwe-upwiz-blacklisted-details": "অনুগ্ৰহ কৰি এটা পৃথক, বৰ্ণনামূলক নাম দিয়ক ([$2 অধিক তথ্য])।",
	"mwe-upwiz-blacklisted-details-feedback": "অনুগ্ৰহ কৰি এটা পৃথক, বৰ্ণনামূলক নাম দিয়ক ([$2 অধিক তথ্য])। • [$3 মতামত জনাওক]",
	"mwe-upwiz-next": "পৰৱৰ্তী",
	"mwe-upwiz-next-file": "অব্যাহত",
	"mwe-upwiz-next-deeds": "পৰৱৰ্তী",
	"mwe-upwiz-publish-details": "ফাইলসমূহ প্ৰকাশ কৰক",
	"mwe-upwiz-publish-metadata": "সকলো ফাইলৰ বাবে তথ্য প্ৰকাশ কৰক",
	"mwe-upwiz-publish-metadata-error": "অনুগ্ৰহ কৰি সকলো ত্ৰুটি ঠিক কৰক।",
	"mwe-upwiz-skip-metadata": "এই ধাপ বাদ দিয়ক",
	"mwe-upwiz-metadata-title": "মেটাডাটা যোগ কৰক",
	"mwe-upwiz-metadata-help-title": "বৈকল্পিক মেটাডাটা যোগ কৰা হৈছে",
	"mwe-upwiz-metadata-help-content": "এতিয়া যিহেতু আপোনাৰ ফাইলবোৰ আপল'ড কৰা হ'ল, সেইবোৰত মেটাডাটা যোগ কৰিলে আনৰ বাবে সেইবোৰ বিছাৰি পাবলৈ অধিক সহজ হৈ পৰিব।",
	"mwe-upwiz-previous": "উভতি যাওক",
	"mwe-upwiz-home": "ৱিকিৰ বেটুপাতলৈ যাওক",
	"mwe-upwiz-upload-another": "আৰু ফাইল আপলোড কৰক",
	"mwe-upwiz-tooltip-skiptutorial": "$2 → $3ৰ ভিতৰত আপুনি এই টিউটৰিয়েলটো [$1 আপোনাৰ পছন্দসমূহত] পুনৰ সক্ৰিয় কৰিব পাৰে।",
	"mwe-upwiz-tooltip-author": "চিত্ৰখন তোলা, ছবিখন অঁকা, নক্সাখন অঁকা আদি কৰা ব্যক্তিজনৰ নাম।",
	"mwe-upwiz-tooltip-source": "এই ডিজিটেল ফাইলটো ক'ৰ পৰা আহিছে - URL হ'ব পাৰে, বা কিতাপ বা আন প্ৰকাশ হ'ব পাৰে।",
	"mwe-upwiz-tooltip-sign": "আপুনি আপোনাৰ ৱিকি সদস্যনাম বা প্ৰকৃত নাম ব্যৱহাৰ কৰিব পাৰে।\nদুয়ো ক্ষেত্ৰতে এইটো আপোনাৰ ৱিকি সদস্য পৃষ্ঠালৈ সংযোগ কৰা হ'ব।",
	"mwe-upwiz-tooltip-title": "ফাইলটোৰ বাবে এটা অদ্বিতীয় বৰ্ণনামূলক নাম, যিটো ফাইলনাম হিচাপে ব্যৱহৃত হ'ব। আপুনি খালী ঠাইৰ সৈতে সৰল ভাষা ব্যৱহাৰ কৰিব পাৰে। ফাইল এক্সটেনছন অন্তৰ্ভুক্ত কৰিব নালাগে।",
	"mwe-upwiz-tooltip-description": "এই কৰ্মৰ বিষয়ে সকলো উল্লেখযোগ্য কথা চমুৱাই বৰ্ণনা কৰক।\nছবিৰ ক্ষেত্ৰত তাত থকা মুখ্য বিষয়, উত্‍সৱ আৰু ঠাইখনৰ কথা লিখক।",
	"mwe-upwiz-tooltip-date": "এই কৰ্ম সৃষ্টি বা প্ৰথম প্ৰকাশ কৰা তাৰিখটো বাছনি কৰক।",
	"mwe-upwiz-tooltip-categories": "বিচাৰি পোৱাত সুবিধা হ'বলৈ আপোনাৰ ফাইলটো [$1 শ্ৰেণীভুক্ত] কৰক।",
	"mwe-upwiz-tooltip-other": "এই কৰ্মৰ বিষয়ে আপুনি যোগ কৰিব খোজা আন কোনো তথ্য - ভৌগোলিক স্থানাংক, আন সংস্কৰণলৈ লিংক আদি।",
	"mwe-upwiz-tooltip-location": "মিডিয়া ফাইলটো সৃষ্টি কৰা ঠাইৰ স্থানাংক।",
	"mwe-upwiz-tooltip-more-info": "আৰু পঢ়ক।",
	"mwe-upwiz-file-need-file": "অনুগ্ৰহ কৰি প্ৰথমে কোনো আপল’ড যোগ কৰক।",
	"mwe-upwiz-deeds-need-deed": "অনুগ্ৰহ কৰি তলৰ এটা বিকল্প বাছনি কৰি আপুনি {{PLURAL:$1|এই ফাইলটো|এই ফাইলবোৰ}} ক'ত পালে বহলাই কওক আৰু এই ছাইটটোৱে {{PLURAL:$1|ইয়াক|এইবোৰক}} কেনেকৈ ব্যৱহাৰ কৰিব পাৰে।",
	"mwe-upwiz-deeds-need-license": "অনুগ্ৰহ কৰি এখন অনুজ্ঞাপত্ৰ বাছনি কৰক।",
	"mwe-upwiz-license-show-all": "অন্য এখন অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰক",
	"mwe-upwiz-license-show-recommended": "যথাযোগ্য অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰক",
	"mwe-upwiz-label-optional": "ঐচ্ছিক",
	"mwe-upwiz-error-signature-blank": "আপুনি উপযুক্ত ক্ষেত্ৰত আপোনাৰ সদস্যনাম বা প্ৰকৃত নামৰ সৈতে স্বাক্ষৰ কৰিব লাগিব।",
	"mwe-upwiz-error-latitude": "অক্ষাংশ -90 আৰু 90ৰ মাজৰ এটা সংখ্যা হ'ব লাগিব।",
	"mwe-upwiz-error-longitude": "দ্ৰাঘিমাংশ -180 আৰু 180ৰ মাজৰ এটা সংখ্যা হ'ব লাগিব।",
	"mwe-upwiz-error-altitude": "উচ্চতা এটা সংখ্যা হ'ব লাগিব।",
	"mwe-upwiz-error-heading": "কেমেৰাৰ হেডিংটো ০ৰ পৰা ৩৬০ৰ মাজৰ এটা সংখ্যা হ'ব লাগিব।",
	"mwe-upwiz-error-signature-too-long": "আপোনাৰ স্বাক্ষৰ অত্যাধিক দীঘলীয়া ।\nআপোনাৰ স্বাক্ষৰ {{PLURAL:$1|এটা আখৰৰ|টা আখৰৰ}} বেছি হ’ব নালাগে ।",
	"mwe-upwiz-error-signature-too-short": "আপোনাৰ স্বাক্ষৰ অত্যাধিক চুটি।\nএই স্বাক্ষৰ {{PLURAL:$1|এটা আখৰৰ|টা আখৰৰ}} অধিক কৰক।",
	"mwe-upwiz-error-blank": "এই ক্ষেত্ৰটো বাধ্যতামূলক।",
	"mwe-upwiz-error-too-long": "এই কথাখিনি বেছি দীঘল হৈছে।\nঅনুগ্ৰহ কৰি ইয়াক $1 {{PLURAL:$1|টা চিহ্ন|টা চিহ্ন}}তকৈ চুটি কৰক।",
	"mwe-upwiz-error-too-short": "এই কথাখিনি বেছি চুটি হৈছে।\nঅনুগ্ৰহ কৰি ইয়াক $1 {{PLURAL:$1|টা চিহ্ন|টা চিহ্ন}}তকৈ দীঘল কৰক।",
	"mwe-upwiz-error-title-blacklisted": "এই শিৰোনামটোত কিছুমান অগ্ৰহণযোগ্য পাঠ্য আছে। অনুগ্ৰহ কৰি সংশোধন কৰক।",
	"mwe-upwiz-error-title-senselessimagename": "অনুগ্ৰহ কৰি এটা অৰ্থপূৰ্ণ শিৰোনাম প্ৰদান কৰক।",
	"mwe-upwiz-error-title-thumbnail": "এইটো থাম্বনেইল শিৰোনাম যেন লাগিছে। অনুগ্ৰহ কৰি একেটা ৱিকিতে থাম্বনেইল পুনৰ আপল'ড নকৰিব। অন্যথা ফাইলনামটো অধিক অৰ্থবহ কৰক আৰু থাম্বনেইল প্ৰিফিক্সটো আঁতৰাওক।",
	"mwe-upwiz-error-title-extension": "আপুনি এটা ফাইল সম্প্ৰসাৰন যোগ কৰিব নালাগে। কেৱল এটা মানুহে পঢ়িব পৰা শীৰ্ষক নিৰ্মাণ কৰক আৰু এপ্লিকেশনে বাকী চম্ভালি ল’ব।",
	"mwe-upwiz-error-title-protected": "এই শিৰোনামটো বৰ্তমান ৱিকিত সংৰক্ষিত অৱস্থাত আছে। অনুগ্ৰহ কৰি আন কিবা বেলেগ শিৰোনাম নিৰ্বাচন কৰক।",
	"mwe-upwiz-error-license-wikitext-missing": "আপুনি এটা বিকল্প নিৰ্বাচন কৰিছে যাৰ বাবে ৱিকিটেক্সট সুমুৱাৰ প্ৰয়োজন।",
	"mwe-upwiz-error-license-wikitext-too-short": "প্ৰদান কৰা ৱিকিপাঠ্যসমূহ এখন অনুজ্ঞাপত্ৰৰ হোৱাৰ জোখতকৈ অতি চুটি",
	"mwe-upwiz-error-license-wikitext-too-long": "আপুনি লিখা ৱিকিপাঠ্য বেছি দীঘলীয়া হৈছে।",
	"mwe-upwiz-details-error-count": "ওপৰৰ {{PLURAL:$2|বিন্যাসৰ|বিন্যাসমূহৰ}} সৈতে {{PLURAL:$1|এটা ত্ৰুটি| $1 ত্ৰুটিসমূহ}} আছে।  {{PLURAL:$1|ত্ৰুটি|ত্ৰুটিসমূহ}} ঠিক কৰাৰ পাছত পুনৰ জমা দিয়াৰ চেষ্টা কৰক।",
	"mwe-upwiz-too-many-files-text": "আপুনি এটা সময়ত কেৱল $1 {{PLURAL:$1|ফাইল|ফাইলসমূহ}} আপল'ড কৰিব পাৰিব। আপুনি সৰ্বমুঠ $2 {{PLURAL:$2|ফাইল|ফাইলসমূহ}} আপল'ড কৰাৰ চেষ্টা কৰিছিল, সেয়েহে {{PLURAL:$3|ফাইল|ফাইলসমূহ}} অপসাৰণ কৰা হৈছে।",
	"mwe-upwiz-too-many-files": "বহুতো ফাইল আছে।",
	"mwe-upwiz-file-too-large-text": "আপুনি সৰ্বোচ্চ $1 আকাৰৰ ফাইল আপল'ড কৰিব লাগিব। আপুনি $2 আকাৰৰ ফাইল এটা আপল'ড কৰিবলৈ চেষ্টা কৰিছিল।",
	"mwe-upwiz-file-too-large": "ফাইলৰ আকাৰ অতি ডাঙৰ।",
	"mwe-upwiz-dialog-yes": "হয়",
	"mwe-upwiz-dialog-no": "নহয়",
	"mwe-upwiz-dialog-title": "সতৰ্কবাণী",
	"mwe-upwiz-campaign-create-account-button": "একাউণ্ট এটা সৃষ্টি কৰক আৰু আপল'ড কৰক!",
	"mwe-upwiz-campaign-upload-button": "আপল'ড কৰক!",
	"mwe-upwiz-campaign-media-count-desc": "{{PLURAL:$1|টা আপল'ড}}",
	"mwe-upwiz-campaign-contributors-count-desc": "{{PLURAL:$1|জন অৱদানকাৰী}}",
	"mwe-upwiz-campaign-view-all-media": "আপল'ড কৰা সকলো মিডিয়া চাওক",
	"mwe-upwiz-campaign-no-uploads-yet": "এতিয়ালৈকে কোনো আপল'ড নাই!",
	"mwe-upwiz-license-cc-by-sa-4.0": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৪.০ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-at": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ অষ্ট্ৰিয়া ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-de": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ জাৰ্মানী ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-ee": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ এষ্টনিয়া ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-es": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ স্পেইন ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-hr": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ ক্ৰৱেছিয়া ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-lu": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ লাক্সেমবাৰ্গ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-nl": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ নেদাৰলেণ্ড ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-no": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ ন'ৰৱে ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-pl": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ প'লেণ্ড ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-3.0-ro": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ৩.০ ৰোমানিয়া ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-4.0": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন ৪.০ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-3.0": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন ৩.০ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-2.5": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ২.৫ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-2.5": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন ২.৫ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-sa-2.0": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন শ্বেয়াৰ এলাইক ২.০ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-by-2.0": "ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্যন ২.০ ([$2 আইনী ক'ড])",
	"mwe-upwiz-license-cc-zero": "ক্ৰিয়েটিভ কমন্স চি.চি.অ. ৱেইভাৰ (সৰ্বঅধিকাৰ প্ৰকাশ, যেনে ৰাজহুৱা ডমেইন:  ([$2 আইনী ক'ড]))",
	"mwe-upwiz-license-custom": "এই ৱিকিপাঠ্যই অনুজ্ঞাপত্ৰখন বৰ্ণনা কৰিছে (এটা বৈধ [$2 কপিৰাইট টেগ্‌] থাকিব লাগিব):",
	"mwe-upwiz-license-fal": "মুক্ত কলা অনুজ্ঞাপত্ৰ",
	"mwe-upwiz-license-own-pd": "ক্ৰিয়েটিভ কমন্স জিৰো অনুজ্ঞাপত্ৰৰ সৈতে সকলো অধিকাৰ ৰেহাই দিয়া হৈছে (যেনে ৰাজহুৱা ডমেইন)",
	"mwe-upwiz-license-pd-old-100": "লেখকজনৰ ১০০ বছৰ আগেয়ে মৃত্যু হৈছে",
	"mwe-upwiz-license-pd-old": "লেখকজনৰ ৭০ বছৰ আগেয়ে মৃত্যু হৈছে",
	"mwe-upwiz-license-pd-art-70": "ৰাজহুৱা ক্ষেত্ৰত এখন চিত্ৰৰ বিশ্বস্ত পুনঃউৎপাদন কিয়নো শিল্পীজনৰ ৭০ বছৰ আগেয়ে মৃত্যু হৈছে ([$2 অধিক শিকক])",
	"mwe-upwiz-license-pd-us": "আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯২৬ চনৰ আগেয়ে প্ৰকাশ হোৱা",
	"mwe-upwiz-license-pd-usgov": "আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল চৰকাৰৰ মূল কৰ্ম",
	"mwe-upwiz-license-pd-usgov-nasa": "নাছাৰ মূল কাৰ্ম",
	"mwe-upwiz-license-pd-usgov-military-navy": "আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ মূল কৰ্ম",
	"mwe-upwiz-license-pd-ineligible": "অতি সৰল বাবে কপিৰাইট থকাটো অযোগ্য",
	"mwe-upwiz-license-pd-ineligible-help": "এইটোৰ সাৱধানেৰে ব্যৱহাৰ কৰিব। ছবিখন অতি সৰল হ'ব লাগিব, যেনে সেউজীয়া বৃত্ত বা ৰঙা বৰ্গ",
	"mwe-upwiz-license-pd-textlogo": "কেৱল সৰল পাঠ্য থকা ল'গ' (ৱৰ্ডমাৰ্ক)",
	"mwe-upwiz-license-copyrighted-free-use": "স্বতাধিকাৰ আছে, কিন্তু যিকোনো কাৰ্যত ইয়াক ব্যৱহাৰ কৰিব পাৰে, আনকি বানিজ্যিক দিশটো",
	"mwe-upwiz-license-attribution": "স্বত্বাধিকাৰীৰ নাম উল্লেখ কৰিলে বাণিজ্যিকসহ সকলো উদ্দেশ্যতে ব্যৱহাৰ কৰিব পাৰি",
	"mwe-upwiz-license-gfdl": "জিএনইউ মুক্ত নথি অনুজ্ঞাপত্ৰ",
	"mwe-upwiz-license-cc-by-sa-3.0-gfdl": "কপিলেফট, স্বীকৃতিৰ প্ৰয়োজন (GFDL, CC BY-SA 3.0)",
	"mwe-upwiz-license-cc-head": "কপিৰাইট অধিকৰ্তাজনে {{PLURAL:$1| এই কাম|এই কামসমূহক}} সঠিক কমন্সৰ অনুজ্ঞাপত্ৰৰ সৈতে প্ৰকাশ কৰিছে",
	"mwe-upwiz-license-cc-subhead": "এই ছাইটৰ বাবে সকলো Creative Commons অনুজ্ঞা সঠিক নহয়। স্বত্বাধিকাৰীজনে এই অনুজ্ঞাসমূহৰ এটা ব্যৱহাৰ কৰিছিল বুলি সুনিশ্চিত হওক।",
	"mwe-upwiz-license-flickr-head": "স্বাতাধিকাৰীয়ে তেওঁলোকৰ {{PLURAL:$1|চিত্ৰ বা ভিডিঅ’|চিত্ৰসমূহ বা ভিডিঅ’সমূহ}} ফ্লিকাৰত সঠিক অনুজ্ঞাপত্ৰযোগে দিছে",
	"mwe-upwiz-license-flickr-subhead": "Flickr পৃষ্ঠাৰ কাষত \"License\" হেডাৰ নিৰীক্ষণ কৰক। তেওঁলোকে ব্যৱহাৰ কৰা দুয়ো আইকন আৰু অনুজ্ঞা নাম ইয়াত দিয়া পছন্দসমূহৰ এটাৰ সৈতে মিল খাব লাগিব।",
	"mwe-upwiz-license-public-domain-usa-head": "মাৰ্কিন যুক্তৰাষ্ট্ৰত ইয়াৰ কপিৰাইট ম্যাদ নিশ্চিতভাৱে উকলিছে",
	"mwe-upwiz-license-public-domain-usa-subhead": "{{SITENAME}} মাৰ্কিন যুক্তৰাষ্ট্ৰত অৱস্থিত, সেয়েহে কামটো সেই দেশত স্বত্বাধিকাৰ মুক্ত হব লাগিব।",
	"mwe-upwiz-license-usgov-head": "{{PLURAL:$1|এই কাম|এই কামসমূহ}} সংযুক্ত ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্মিত",
	"mwe-upwiz-license-misc": "অন্যান্য কাৰণ",
	"mwe-upwiz-license-custom-head": "অন্য কাৰণ ওপৰত দিয়া নাই",
	"mwe-upwiz-license-custom-preview": "প্রাকদর্শন",
	"mwe-upwiz-license-none-head": "মই এইয়া ইণ্টাৰনেটত পাইছো -- ম‍ই নিশ্চিত নহয়",
	"mwe-upwiz-license-none": "মই ভাবো {{PLURAL:$1|এই কাম|এই কামসমূহ}} বিনামূলীয়াভাৱে অনুজ্ঞিত অথবা ৰাজহুৱা ডমেইনত আইনসন্মত। মই উপলব্ধ কৰো যে যদি মই সময়মতে প্ৰয়োজনীয় অনুজ্ঞা তথ্য যোগ নকৰো, {{PLURAL:$1|ফাইলটো|ফাইলসমূহ}} মচি পেলোৱা হব পাৰে।",
	"mwe-upwiz-license-confirm-remove": "আপুনি নিশ্চিতনে যে {{PLURAL:$1|এই আপলোড কৰা ফাইলটো|এই আপলোড কৰা ফাইলসমূহ}} বিলোপ কৰিব?",
	"mwe-upwiz-license-confirm-remove-title": "বিলোপ নিশ্চিত কৰক",
	"mwe-upwiz-license-external": "এই ফাইলটো $1: $2 অনুজ্ঞাপত্ৰৰ আওতাত আছে।",
	"mwe-upwiz-license-external-invalid": "এই ফাইল $1 ত নিম্নলিখিত অনুজ্ঞাৰ অন্তৰ্গত: $2। দুৰ্ভাগ্যজনকভাৱে, এই অনুজ্ঞা এই ছাইটত ব্যৱহাৰৰ বাবে উপযুক্ত নহয়।",
	"mwe-upwiz-categories": "শ্ৰেণীসমূহ",
	"mwe-upwiz-categories-missing": "এটা শ্ৰেণীৰ বিৱৰণ পৃষ্ঠা নাই। আপুনি নামটো সঠিকভাৱে টাইপ কৰাটো নিশ্চিতনে?",
	"mwe-upwiz-thumbnail-failed": "আপল'ড সফলভাবে সম্পন্ন হৈছে, কিন্তু চাৰ্ভাৰে থাম্বনেইল প্ৰাকদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছে।",
	"mwe-upwiz-unparseable-filename": "\"$1\" ফাইলৰ নামটো বোধগম্য নহয়।",
	"mwe-upwiz-error-title-invalid": "এই শিৰোনামটো অবৈধ। বৰ বন্ধনী, কলন, স্লেছ, তুলনা অপাৰেটৰ, পাইপ আৰু মাজু বন্ধনী আদিৰ দৰে আখৰবোৰ আঁতৰ কৰক।",
	"mwe-upwiz-subhead-bugs": "[$1 জ্ঞাত কাৰণসমূহ]",
	"mwe-upwiz-subhead-alt-upload": "পুৰণি প্ৰ-পত্ৰলৈ উভতি যাওক",
	"mwe-upwiz-subhead-alternatives": "বৈকল্পিক আপল'ড পদ্ধতি",
	"mwe-upwiz-feedback-prompt": "মতামত জনাওক",
	"mwe-upwiz-feedback-title": "আপল'ড ৱিজাৰ্ড সম্পৰ্কে আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰক",
	"mwe-upwiz-feedback-blacklist-line-intro": "এইটো শিৰোনাম ব্লেকলিষ্ট ভুক্তি মিলিছে:\n$1",
	"mwe-upwiz-feedback-blacklist-subject": "ম‍ই আপলোড কৰা \"$1\" শীৰ্ষকটো বাধাপ্ৰাপ্ত হৈছে",
	"mwe-upwiz-errordialog-title": "আপুনি জমা দিয়াত কিবা ক্ৰুটি হৈছে",
	"mwe-upwiz-errordialog-ok": "বাৰু",
	"mwe-upwiz-error-nosuchcampaign": "\"$1\" নামৰ কোনো প্ৰচাৰ নাই।",
	"mwe-upwiz-error-campaigndisabled": "\"$1\" প্ৰচাৰ সক্ৰিয় কৰা হোৱা নাই।",
	"mwe-upwiz-calendar-date": "কেলেণ্ডাৰৰ পৰা তাৰিখ বাছক",
	"mwe-upwiz-custom-date": "স্বনিৰ্ধাৰিত তাৰিখ বিন্যাস ব্যৱহাৰ কৰক",
	"prefs-uploads": "আপল'ড হৈ আছে",
	"prefs-upwiz-licensing": "অনুজ্ঞাপত্ৰ",
	"prefs-upwiz-experimental": "পৰীক্ষামূলক বৈশিষ্ট্যসমূহ",
	"prefs-upwiz-interface": "ব্যৱহাৰকাৰীৰ ইন্টাৰফেছ",
	"mwe-upwiz-prefs-def-license": "ডিফল্ট অনুজ্ঞাপত্ৰ",
	"mwe-upwiz-prefs-def-license-def": "ডিফল্ট যিয়েই নহওক ব্যৱহাৰ কৰক",
	"mwe-upwiz-prefs-def-license-custom": "স্বনিৰ্ধাৰিত ডিফল্ট অনুজ্ঞাপত্ৰ",
	"mwe-upwiz-prefs-def-license-custom-help": "এই ক্ষেত্ৰটো কেৱল তেতিয়াহে ব্যৱহাৰ কৰা হয় যেতিয়া আপুনি ওপৰৰ অন্তিম বিকল্পটো বাছনি কৰে।",
	"mwe-upwiz-prefs-license-name": "প্ৰণেতাৰ নাম",
	"mwe-upwiz-prefs-license-name-help": "ক্ষেত্ৰ খালী থাকিলে সদস্যনাম ব্যৱহাৰ কৰে",
	"mwe-upwiz-prefs-license-own": "নিজা কাম - $1",
	"mwe-upwiz-prefs-license-thirdparty": "অন্য কাৰোবাৰ সৃষ্টি - $1",
	"mwe-upwiz-prefs-skiptutorial": "পৰিচয়মূলক অনুজ্ঞাপত্ৰ সহায়িকা বাদ দিয়ক",
	"mwe-upwiz-prefs-maxsimultaneous-upload": "সমসাময়িক আপল'ডৰ সৰ্বাধিক সংখ্যা",
	"campaigns": "আপল'ড প্ৰক্ৰিয়া প্ৰচাৰ",
	"mwe-upload-campaigns-pagination-next": "পৰৱৰ্তী পৃষ্ঠা",
	"mwe-upload-campaigns-list-title": "আপল'ড প্ৰচাৰৰ তালিকা",
	"mwe-upwiz-mv-cta-heading": "ছবিবোৰ সকলোৰে বাবে সহজে বিচাৰি উলিওৱাত সহায় কৰক",
	"mwe-upwiz-mv-cta-dismiss": "বাতিল কৰক",
	"mwe-upwiz-upload-comment-own-work": "আপল'ড প্ৰক্ৰিয়াৰ দ্বাৰা নিজা কাম আপল'ড কৰা হৈছে",
	"mwe-upwiz-upload-comment-third-party": "আপল'ড প্ৰক্ৰিয়াৰ দ্বাৰা $2ৰ পৰা $1-এ এটা কাম আপল'ড কৰিছে"
}
